Gogoi


আধৰোৱা

হেৰাই গ'ল সেই খোজবোৰ ,
আমি দুয়ো লগে যে কাঢ়িছিলো |
হেৰাই গ'ল সেই সপোনবোৰ ,
আমি দুয়ো যে একেলগে ৰচিছিলো ||

সদায় তোমাৰ ভাবনাত বিভোৰ মনটো
আজি মৰি গ'ল জানা |
জোনাকী নিশাবোৰতো
অমাৱস্যাৰ ভয়ে আৱৰি ধৰা হ'ল ||

তোমাৰ অপেক্ষাত
চকুজোৰিও কলা পৰি গ'ল |
তথাপি তোমাৰ মোৰ ওপৰত পোতৌ নহ'ল
সপোনবোৰ নুফুলাকৈয়ে মৰহি গ'ল ||

_____......._____

Poem Rating:
Click To Rate This Poem!

Continue Rating Poems


Share This Poem